মাৰাত্মক ৰোগত আক্ৰান্ত ভাইজান। ট্ৰাইজেমিনেল নিউৰেল’জিয়া ৰোগত আক্ৰান্ত ছলমান খান। স্নায়ুজনিত ৰোগত আক্ৰান্ত বুলি নিজেই জনালে বলীউড ষ্টাৰজনে। OTT প্লেটফৰ্মৰ এটি শ্ব’ত জনালে তাৰকাজনে।