অটোত উঠি অসমলৈ আহি থাকোতেই বাংলাদেশীক আটক কৰিলে ৰাইজে

অসমলৈ আহিয়েই আছে বাংলাদেশী। এইবাৰ অটোত উঠি আহি থাকোতেই বাংলাদেশীক আটক কৰিলে ৰাইজে। কাছাৰত শিশু, মহিলাসহ ৭ বাংলাদেশী আটক। কাটিগড়াৰ হিলাৰাত আটক ৭ বাংলাদেশী। বাংলাদেশীকেইটাক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক। হিলাৰা ৰে’ল ষ্টেচনৰ পৰা অটোৰে আহি থকা অৱস্থাত আটক বাংলাদেশীকেইটাক। কাটিগড়াৰ ভাৰত–বাংলাদেশ সীমান্তৰে উভতি যোৱাৰ পৰিকল্পনা আছিল ধৃত বাংলাদেশীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইতিহাস গঢ়িলে শুভমন গিলে, পঞ্চমবাৰৰ বাবে লাভ কৰিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্ট অধিনায়ক শুভমন গিলে...

অসমৰ ৩০ শতাংশ শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত পাঠ বুজি নাপায়, শিক্ষকৰ পাঠদানক লৈ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সেৱা সংকল্প...