ৰাজধানী দিল্লীত কৃত্ৰিম বানৰ ভয়ংকৰ ৰূপ

ৰাজধানী দিল্লীত কৃত্ৰিম বানৰ ভয়ংকৰ ৰূপ।

ধাৰাসাৰ বৰষুণে ব্যাহত কৰিছে জনজীৱন।

যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ লগতে বিমান চলাচলতো ব্যাঘাত।

মিণ্টো ৰোড, মোতিবাগ আদি অঞ্চলত কৃত্ৰিম বান।

বিমান বন্দৰৰ টাৰ্মিনেলতো কৃত্ৰিম বান। বহুকেইখন বিমানৰ চলাচল বিলম্ব আৰু বাতিল।

বতৰ বিজ্ঞান কেন্দ্ৰই শনিবাৰে দিল্লীত জাৰি কৰে ৰেড এলাৰ্ট। কৃত্ৰিম বানত আবদ্ধ হৈ কেইবাখনো যান–বাহন বিকল। আগন্তুক ২৪ ঘণ্টা ধৰি দিল্লীত অব্যাহত থাকিব বৰষুণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...