প্ৰিয়ংকা চোপ্ৰাৰ লগত দেখিবলৈ পোৱা সেই হাতীজনীয়েই আছিল গীতা

বৰ্তমানেও সংকটমুক্ত নহয় চামগুৰিৰ আহত হাতী গীতা। বনতাৰাৰ লগতে অসম চৰকাৰৰ পশু চিকিৎসা বিভাগৰ চিকিৎসকে অহৰহ চেষ্টা চলাইছে গীতাক সুস্থ কৰি তুলিবলৈ। শেহতীয়াকৈ গীতা সন্দৰ্ভত পোহৰলৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ অসম পৰ্যটনৰ বিজ্ঞাপনত ব্যৱহাৰ হৈছিল গীতা। প্ৰিয়ংকা চোপ্ৰাৰ লগত দেখিবলৈ পোৱা সেই হাতীজনীয়েই আছিল গীতা।

এতিয়া সেই গীতাৰে জীৱন-মৃত্যুৰ যুঁজ। প্ৰায় দুমাহে চামগুৰিত পৰি ৰৈছে গীতা। উপযুক্ত চিকিৎসা পোৱাত বহুখিনি পলম হোৱাৰো উঠিছে অভিযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...