পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ ভাৰতৰ

পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ ভাৰতৰ। ‘অপাৰেশ্যন সিন্দূৰে’ৰে ভাৰতীয় সেনাৰ অভিযান। সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাৰ এয়াৰ ষ্টাইক। পাক অধিকৃত কাশ্মীৰত ২৪টাকৈ মিছাইলেৰে পাকিস্তানৰ সন্ত্ৰাসবাদীক আক্ৰমণ ভাৰতীয় সেনাৰ। এই পৰ্যন্ত ২৬ সন্ত্ৰাসবাদী ভাৰতীয় সেনাৰ আক্ৰমণত নিহতৰ সন্দেহ। পাক অধিকৃত কাশ্মীৰত থকা জেইচ-ই-মহম্মদৰ ঘাটিতো আক্ৰমণ। আক্ৰমণত লস্কৰ-ই-তৈবাৰ এটা ঘাটিও ধ্বংস। আক্ৰমণৰ পাছতেই পাকিস্তানৰ স্কুল-কলেজ অনিৰ্দিষ্টকাললৈ বন্ধ। ৯টাকৈ পাক সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ ভাৰতীয় সেনাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...