পেহেলগামৰ বৰ্বৰ, জঘন্য কাণ্ডই জোকাৰিছে সমগ্ৰ বিশ্ব। চাৰিওফালে প্ৰতিবাদৰ জোৱাৰ উঠিছে। ইয়াৰ মাজতে এজন মুছলমান শিক্ষকে ত্যাগ কৰিলে ইছলাম ধৰ্ম। পেহেলগামৰ বৰ্বৰ কাণ্ডৰ পিছতে লজ্জিত হৈ এজন শিক্ষকে ত্যাগ কৰিলে ইছলাম ধৰ্ম। ইছলাম ধৰ্ম ত্যাগ কৰি নিহত লোকসকলক জ্ঞাপন কৰিলে শ্ৰদ্ধাঞ্জলি। ছাবিৰ হুছেইন নামৰ শিক্ষকজনে ত্যাগ কৰিলে ইছলাম ধৰ্ম। ছাবিৰ হুছেইন পশ্চিমবংগৰ বদৰিয়া চহৰৰ শিক্ষক।
