অভিনেতা ফাইলাও বসুমতাৰীৰ অকাল মৃত্যু

অভিনেতা ফাইলাও বসুমতাৰীৰ অকাল মৃত্যু। বিগত কেইবামাহ ধৰি যকৃতজনিত ৰোগত চিকিৎসাধীন হৈ আছিল বসুমতাৰী। বড়ো জনগোষ্ঠীৰ এগৰাকী লোক-শিল্পী হিচাপেও জনপ্ৰিয় আছিল বসুমতাৰী।

মঙলবাৰে নিশা প্ৰায় ৯:৪৭ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় অভিনেতাজনৰ। মহানগৰীৰ গড়চুকত শেহতীয়াকৈ স্থায়ীভাৱে বসবাস কৰা অভিনেতা-শিল্পীজনৰ ঘৰ আছিল বাক্সা জিলাত। অভিনেতাজনৰ বিয়োগত শোকৰ ছাঁ পৰিয়ালৰ লগতে সাংস্কৃতিক মহলত। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...