দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন

দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন। চাংসাৰিৰ চৌকীগে’ট উৰণ সেতুত দুৰ্ঘটনাগ্ৰস্ত বাহনখন। গুৱাহাটীৰ পৰা পাঠশালা অভিমুখে গৈ আছিল বাহনখন। পাঠশালাত আজি আছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আৰক্ষীৰ নামত বলপূৰ্বক ধন দাবী: দৌলাশাল আৰক্ষীৰ জালত হুছেইন আলী

মুকালমুৱা — আৰক্ষীৰ নাম লৈ আৰু ভয়-ভাবুকি প্ৰদৰ্শন কৰি...

২০২৭ বিশ্বকাপৰ লক্ষ্যৰে নতুন নিৰ্বাচক?

পূৰ্বৰ ভাৰতীয় তাৰকা বেটাৰ ভিভিএছ লক্ষ্মণ হ'ব নেকি ভাৰতীয়...