দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

৮ ছেপ্তেম্বৰত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

পুৱা ১১.২০ মিনিটত প্ৰধানমন্ত্ৰীক সাক্ষাৎ ড০ শৰ্মাৰ। ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ। জন্ম শতবাৰ্ষিকীৰ মুকলি অনুষ্ঠানৰ বাবে আমন্ত্ৰণ মোদীক।

বায়’-ইথানেল প্ৰকল্পৰ শুভ উদ্বোধনৰ বাবেও প্ৰধানমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰীয়ে। ৫,৭০০ কোটি টকীয়া গুৱাহাটী ৰিং ৰোডৰ আধাৰশিলাও কৰিব প্ৰধানমন্ত্ৰীয়ে। আজিয়েই গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; ১২ ঘণ্টাত ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে ৰাজ্যত সংঘটিত হৈছে দুটাকৈ এনকাউণ্টাৰৰ...