দিনৰ পোহৰতে চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল মহিলা চোৰ

সৰভোগত এইবাৰ চুৰিকাণ্ডত নামিছে মহিলা। দিনৰ পোহৰতে চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল মহিলা চোৰ। গ্ৰীল ভাঙি থকা অৱস্থাতে ৰাইজে কৰায়ত্ত কৰে মহিলা চোৰক। এঘৰত কোনো নথকাৰ সুযোগত প্ৰৱেশ কৰিছিল চোৰে। চুৰিকাণ্ডত আছিল মহিলা চোৰসহ ৩ জন। গেংটোৰ এগৰাকী মহিলা চোৰক হাতে লোটে কৰায়ত্ত কৰে ৰাইজে। ৰাইজে উত্তম-মধ্যম শোধাই গতাই দিয়ে সৰভোগ আৰক্ষীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২ অক্টোবৰত পুনৰ মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান; পৰ্যটকে উপভোগ কৰিব পাৰিব মানাহৰ নৈসৰ্গিক সৌন্দৰ্য

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান অহা ২ অক্টোবৰত...

বান বিধ্বস্ত নেপাললৈ প্ৰতিদিনে ১৮ ঘণ্টাকৈ বিদ্যুৎ ৰপ্তানি কৰিব ভাৰতে

নেপালৰ বিদ্যুৎ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে।...

আকাশত চন্দ্ৰ–শুক্ৰৰ মনোমোহা যুগলবন্দী! কিয় দেখা গ’ল এই বিৰল দৃশ্য?

আজি, ১৪ ছেপ্টেম্বৰ ২০২৬। অসমৰ সন্ধিয়াৰ আকাশত দেখা গৈছে...

ৰেপিড’ ডেলিভাৰী ৰাইডাৰৰ কাণ্ড! গ্ৰাহকলৈ ‘I Love You’ মেছেজ

নইডাৰ এগৰাকী বাসিন্দাই ৰেপিড’ৰ জৰিয়তে পাৰ্চেল বুক কৰাৰ পাছত...