চলন্ত ৰে’লৰ তলত জীৱন-মৃত্যুৰ খেলা, উদণ্ড যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

এটা ৰীলৰ বাবেই জীৱন-মৃত্যুৰে খেলা উদণ্ড যুৱকৰ। ৰে’লৰ তলত শুই বনালে ভিডিঅ’। সস্তীয়া জনপ্ৰিয়তাৰ বাবেই ভয়ংকৰ কাণ্ড যুৱকৰ।

বাইক বা চাৰিচকীয়া বাহনেৰে ষ্টাণ্ট নহয়। এইবাৰ ৰীল বনাবলৈকে শুলে ৰে’লপথত। শুই থকা অৱস্থাতে মূৰৰ ওপৰেৰে চলি গ’ল ৰে’ল। নিজৰ ম’বাইলেৰে আবদ্ধ কৰিলে শিহৰণকাৰী দৃশ্য। জীৱন-মৃত্যুৰে খেলা কৰা হাইলাকান্দিৰ উদণ্ড যুৱকক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। হাইলাকান্দিৰ লালাৰ ৰংপুৰৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ যুৱকজনক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাপুল আলম বৰভূঞা নামৰ যুৱকজনক। ছ’চিয়েল মিডিয়াত চাঞ্চল্য সৃষ্টি কৰিবলৈ গৈ মৃত্যুৰে খেলা কৰিছিল যুৱকজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...