কাজিৰঙা সন্দৰ্ভত শচীন তেণ্ডুলকাৰে ক’লে এই কথা

মেঘালয় ভ্ৰমণ সামৰি সপৰিয়ালে কাজিৰঙাত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ। দুদিনৰ বাবে কাজিৰঙালৈ আহিছে কিংবদন্তি ক্ৰিকেটাৰগৰাকী। আজি পুৱাই কাজিৰঙাত শচীন তেণ্ডুলকাৰৰ জীপ ছাফাৰী। পৰিয়ালসহ কাজিৰঙাৰ সৌন্দৰ্য্য উপভোগ কৰিলে ক্ৰিকেটাৰজনে। কাজিৰঙাৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰিলে শচীন তেণ্ডুলকাৰে। কাজিৰঙাৰ মনোমোহা দৃশ্য উপভোগ কৰি মুগ্ধ হ’ল তেণ্ডুলকাৰ। NKTV PLUSৰ সন্মুখত তেওঁ ক’লে, ‘যি বিচাৰি তেওঁ কাজিৰঙালৈ আহিছিল, সেয়া তেওঁ পালে…’ এই সময়চোৱাতে অনুৰাগীয়ে বিভিন্ন উপহাৰো দিলে ক্ৰিকেটৰ ভগৱানজনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; ১২ ঘণ্টাত ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে ৰাজ্যত সংঘটিত হৈছে দুটাকৈ এনকাউণ্টাৰৰ...