কাইলৈৰ পৰা অম্বুবাচী; ক’ভিডৰ বাবে এইবাৰো অনুষ্ঠিত নহয় মেলা

গুৱাহাটী, ২১ জুন, NKTV: কাইলৈ পৰা অম্বুবাচী মেলা। কিন্তু ক’ভিডৰ কাৰণে এইবাৰো অনুষ্ঠিত নহয় অম্বুবাচী মেলা। খোল নাখায় কামাখ্যা ধামৰ মুখ্য দুৱাৰ। কিন্তু অম্বুবাচী মেলাৰ বাবে বহিঃৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি কামাখ্যাত ভিৰ কৰিছেহি শ শ সাধু সন্যাসীয়ে। কৰ’নাৰ সংক্ৰমণৰ মাজতো অসমত আহি উপস্থিত হোৱা সাধু সন্যাসী সকলে অম্বুবাচী মেলা অনুষ্ঠিত নকৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

কৰ’নাৰ সংক্ৰমণৰ মাজতো অসমত আহি উপস্থিত হোৱা সাধু সন্যাসী সকলে অম্বুবাচী মেলা অনুষ্ঠিত নকৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। কামাখ্যা ধামৰ চৌহদতে এতিয়া এনেদৰে বাহৰ পাতিছে বহিঃৰাজ্যৰ পৰা অহা এই সকল সাধু সন্যাসীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব...

বিশ্বৰ ৬নম্বৰ খেলুৱৈক হৰুৱাই ইতিহাস অনাহত সিঙৰ, এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছ ২০২৬ত ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে দেখুৱালে...