আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। মুঠ ৩৬টা সমষ্টিৰ ৩৩টাত প্ৰতিদ্বন্দ্বিতা শাসক–বিৰোধীৰ। কামৰূপ আৰু গোৱালপাৰা জিলাক সামৰি এই পৰিষদীয় নিৰ্বাচন। গোৱালপাৰৰ ২০টাৰ ভিতৰত ১৯ পৰিষদীয় সমষ্টিত ভোটগ্ৰহণ। গোৱালপাৰাৰ জয়ৰামকুছি সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ বিজেপি প্ৰাৰ্থীৰ। গোৱালপাৰাত আছে ৩৬২টা ভোটকেন্দ্ৰ। জিলাখনত আছে মুঠ ২ লাখ ৪০ হাজাৰ ২৫ গৰাকী ভোটাৰ। কামৰূপ জিলাৰ ১৪টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ইতিমধ্যে ২টা সমষ্টিত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী NDAৰ প্ৰাৰ্থী। দুয়োখন জিলাৰ ৩টা সমষ্টি ইতিমধ্যে NDAৰ দখলত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...