ৰাজ্যত পুনৰ ভয়ংকৰ বাছ দুৰ্ঘটনা, মুহূৰ্ততে শেষ দুটাকৈ জীৱন

দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজন লোক। আনফালে আহত কমেও ২০জনকৈ লোক। গুৰুতৰভাৱে আহত কেইবাজনো লোকক GMCHলৈ প্ৰেৰণ। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত এখন তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী বাছ। বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই নিহত লোককেইজনৰ পৰিচয়। দুৰ্ঘটনাত পতিত AS 20 2289 নম্বৰৰ আলট্ৰা বাছখন।

Popular

More like this
Related

ভয়াৱহ ৰে’ল দুৰ্ঘটনাই দেশত পুনৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনা, হাহাকাৰ পৰিস্থিতি

দেশত পুনৰ সংঘটিত হ'ল ভয়াৱহ ৰে'ল দুৰ্ঘটনা। ওড়িশাৰ কটকত...

মাহজোৰা ত্যাগ, সংযম, ৰোজাৰ অন্তত কাইলৈ ঈদ

এমহীয়া উপবাস ৰোজাৰ অন্তত ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰিব...

CA অবিহনে কেনেকৈ আয়কৰ ৰিটাৰ্ন দাখিল কৰিব?

২০২৪-২৫ বিত্তীয় বৰ্ষৰ সমাপ্তিৰ লগে লগে, বহুতো কৰদাতাই ভাবিব...

অধিনায়ক হিচাপে ৰিয়ানৰ দক্ষতাক প্ৰশংসা ৰাহুল দ্ৰাবিড়ৰ

‘অধিনায়ক হিচাপে ৰিয়ানৰ দক্ষতাক মই প্ৰশংসা কৰিম৷ আকস্মিকভাৱে তেওঁ...