২২ মাৰ্চৰ পৰা চিটী চেণ্টাৰত অফলাইন টিকট

গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীৰ অনুৰোধ ৰক্ষা কৰি ৰাজস্থান ৰয়েলছে ২২ মাৰ্চৰ পৰা মহানগৰীৰ মাজমজিয়াৰ চিটী চেণ্টাৰ মলতো অফলাইন টিকট কাউণ্টাৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ পুৱা দহ বজাৰ পৰা নিশা ছয় বজালৈ এই কাউণ্টাৰ মুকলি থাকিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...

আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা।

অৱশেষত আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা। অনাগত দুটা...