মহাকাশৰ পৰা অহাৰ পিছত কি হ’ব সুনীতা উইলিয়ামছৰ?

কেইটামান ঘণ্টাৰ পিছতেই অপেক্ষাৰ অৱসান ঘটিব। পৃথিৱীলৈ উভতি আহিব মহাকাশচাৰী সুনীতা উইলিয়ামছ। হয়তো আপোনাৰ মনত প্ৰশ্নৰ উদয় হৈছে, মহাকাশৰ পৰা অহাৰ পিছত কি হ’ব সুনীতা উইলিয়ামছৰ? মহাকাশযান অৱতৰণৰ লগে লগে মাটিত ভৰি দিবলৈ দিয়া নহয় সুনীতা উইলিয়ামছক। মহাকাশচাৰীয়ে পৰিধান কৰা ক্ৰু কেপচুল প্ৰথমে খুলি দিয়া হ’ব। ইয়াৰ পিছত সুৰক্ষা প্ৰট’কল অনুসৰি এখন ষ্ট্ৰেচাৰত লৈ অহা হ’ব। পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ সৈতে সামঞ্জস্য ৰাখিবলৈ কিছু সময়ৰ প্ৰয়োজন হয়। শাৰীৰিক অসুস্থতাসমূহৰ সৈতেও মোকাবিলা কৰিব লাগিব তেওঁলোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...