হঠাৎ অসুস্থ সংগীতজ্ঞ এ আৰ ৰহমান

চিকিৎসালয়ত ভৰ্তি বিশিষ্ট সংগীতজ্ঞ এ আৰ ৰহমান

বুকুত বিষ অনুভৱ কৰাত চেন্নাইৰ এপ’ল হাস্পতালত ভৰ্তি কৰোৱা হয় অস্কাৰ বিজয়ী সংগীতজ্ঞজনক

পুৱা ৭ বজাত হাস্পতাললৈ নিয়া হয় এ আৰ ৰহমানক

বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চলিছে চিকিৎসা