শিৱসাগৰৰ জয়সাগৰ গদাধৰ নগৰত চাঞ্চল্যকৰ ডকাইতি

মহিলাৰ হাত বান্ধি, মুখত সোপা দি লুটিলে লক্ষাধিক টকাৰ সামগ্ৰী। শিৱসাগৰৰ জয়সাগৰ গদাধৰ নগৰত চাঞ্চল্যকৰ ডকাইতি। ONGCৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ ঘৰত ডকাইতৰ লুটপাত। কথমপি প্ৰাণৰক্ষা ৬৫ বছৰীয়া মহিলাগৰাকীৰ । গদাধৰ নগৰৰ মণি দত্ত নামৰ লোকজনৰ ঘৰত এই ঘটনা। ঘৰৰ পিছফালেৰে প্ৰৱেশ কৰিছিল ডকাইতে। ঘটনাস্থলীত উপস্থিত জয়সাগৰ আৰক্ষীৰ দল। উল্লেখ্য যে ১৩ ডিচেম্বৰতো সেই ঠাইতে ঘটিছিল অনুৰূপ ঘটনা। কিন্তু অতি তাৎপৰ্যপূৰ্ণভাৱে আজিলৈকে ধৰা নপৰিল সেই ঘটনাৰে জড়িত ডকাইত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...