তেজপুৰৰ কলীয়াভোমোৰা দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা

তেজপুৰৰ কলীয়াভোমোৰা দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। বাইকৰ পৰা উফৰি পৰি থিতাতে নিহত এগৰাকী ছাত্ৰী৷ মৃত ছাত্ৰীগৰাকীৰ নাম জোতিস্না শইকীয়া। পিতৃৰ সৈতে কলিয়াবৰলৈ গৈ থকা অৱস্থাতে এই ঘটনা। তেজপুৰ মিলনপুৰৰ নিবাসী মৃত জোতিস্না শইকীয়া উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...