ভাৰতক ২৫২ ৰানৰ টাৰ্গেট দিলে নিউজীলেণ্ডে

ভাৰতক ২৫২ ৰানৰ টাৰ্গেট দিলে নিউজীলেণ্ডে। কিৱি বাহিনীয়ে ৭ উইকেটত কৰে ২৫১ ৰান। ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱৰ ২টাকৈ উইকেট লাভ। মহম্মদ ছামী, ৰবীন্দ্ৰ জাডেজাই লাভ কৰে এটাকৈ উইকেট। কিৱি বাহিনীৰ হৈ ডেৰীন মিছেলে কৰে সৰ্বাধিক ৬৩ ৰান। মিটচেল ব্ৰেচৱেলৰ আক্ৰমণাত্মক অৰ্ধ শতক। ডুবাইত অনুষ্ঠিত হৈছে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...