উমৰাংছ’ৰ কয়লাখনিত একেদিনাই উদ্ধাৰ ৫টাকৈ মৃতদেহ

উমৰাংছ’ৰ কয়লা খনিত একেদিনাই উদ্ধাৰ ৫টাকৈ মৃতদেহ। আজিৰ দিনটোত উদ্ধাৰ ৫জনকৈ শ্ৰমিকৰ মৃতদেহ। যোৱা ২৪ ডিচেম্বৰত কালামাটিৰ কয়লা খনিত আবদ্ধ হৈছিল ৯শ্ৰমিক। পূৰ্বেই অবৈধ কয়লা খনিটোৰ পৰা উদ্ধাৰ হৈছিল ৪টা মৃতদেহ। সুদীৰ্ঘ ৪৪ দিনৰ মূৰত উদ্ধাৰ হ’ল ৫টাকৈ মৃতদেহ

Popular

More like this
Related

চামগুৰিত নৱবিবাহিতা পত্নীক নিৰ্যাতন পাষণ্ড স্বামীৰ

চামগুৰিত বোৱাৰী নিৰ্যাতনৰ ঘটনা। নৱ বিবাহিতা পত্নীক নিৰ্যাতন পাষণ্ড...

ভাড়াতীয়া শিক্ষকৰে চলিছে এখন চৰকাৰী বিদ্যালয়

ভাড়াতীয়া শিক্ষকৰে চলিছে এখন চৰকাৰী বিদ্যালয়। মধ্যাহ্ন ভোজনৰ চাউল...

পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি গুৱাহাটীৰ যুৱতী

পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি গুৱাহাটীৰ যুৱতী। প্ৰেমিকে পৰিকল্পিতভাৱে হত্যা...

কামৰ চলেৰে বন্ধুৱে মাতি আনি হত্যা কৰিলে বন্ধুক

কাক বিশ্বাস কৰিব মানুহে! কামৰ চলেৰে বন্ধুৱে মাতি আনি...