১৭ বছৰৰ মূৰত লাভৰ দিশত BSNL

দেশৰ ৰাজহুৱা খণ্ডৰ টেলিকম সেৱা প্রদানকাৰী BSNLয়ে তৃতীয় ত্রৈমাসিকত ২৬২ কোটি টকা লাভৰ অভিলেখ গঢ়িছে। ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহক শক্তিশালী কৰাৰ বাবে আৰু দেশৰ নাগৰিকৰ বাবে বহনক্ষম টেলিকম সেৱা উপলব্ধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিৰ বাবেই এয়া সম্ভৱ হৈ পৰিছে বুলি কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিসাই শনিবাৰে সদৰী কৰে। উল্লেখযোগ্য যে, ১৭বছৰৰ মূৰত দেশৰ ৰাজহুৱা প্রতিষ্ঠানটোৱে লাভৰ মুখ দেখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছেলফী উঠাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰিল কিশোৰ

পুনৰ ছেলফীৰ বাবেই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। ছেলফি...

একাংশই দানবীৰ, মহান সজোৱা ফৰিছা চুলতানাৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰো

মানুহ কিমান নিকৃষ্ট হ'ব পাৰে নুশুনিলে-নেদেখিলে আপোনাৰ বিশ্বাস নহব।...

ছাত্ৰ আন্দোলনৰ সন্মুখত নতি স্বীকাৰ

অৱশেষত ক’কৰোছৰ জয়। যন্তৰ মন্তৰসহ সমগ্ৰ দেশ জুৰি হোৱা...

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা। কপিলী নৈত গা...