মেট্ৰিক পৰীক্ষা দি ঘৰলৈ যোৱাই নহ’ল

চাৰিদুৱাৰত পথ দুৰ্ঘটনাত মেট্ৰিক পৰীক্ষাৰ্থীৰ মৃত্যু। অসম–অৰুণাচল সীমান্তৰ শালবাৰীত এই দুৰ্ঘটনা। পৰীক্ষা দি ঘৰলৈ উভতাৰ পথতে এই ঘটনা। চেলেঙিমাৰী পৰীক্ষাকেন্দ্ৰৰ পৰা ভালুকপুঙৰ ঘৰলৈ গৈছিল বাইকেৰে। অচিনাক্ত বাহনৰ খুন্দাত নিহত টেনজিং গয়াৰী নামৰ ছাত্ৰজন। দুৰ্ঘটনাত ৰিণ্ডা বসুমতাৰী আৰু ৰিংচা নাৰ্জাৰী নামৰ দুগৰাকী ছাত্ৰ আহত।

Popular

More like this
Related

চামগুৰিত নৱবিবাহিতা পত্নীক নিৰ্যাতন পাষণ্ড স্বামীৰ

চামগুৰিত বোৱাৰী নিৰ্যাতনৰ ঘটনা। নৱ বিবাহিতা পত্নীক নিৰ্যাতন পাষণ্ড...

ভাড়াতীয়া শিক্ষকৰে চলিছে এখন চৰকাৰী বিদ্যালয়

ভাড়াতীয়া শিক্ষকৰে চলিছে এখন চৰকাৰী বিদ্যালয়। মধ্যাহ্ন ভোজনৰ চাউল...

পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি গুৱাহাটীৰ যুৱতী

পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি গুৱাহাটীৰ যুৱতী। প্ৰেমিকে পৰিকল্পিতভাৱে হত্যা...

কামৰ চলেৰে বন্ধুৱে মাতি আনি হত্যা কৰিলে বন্ধুক

কাক বিশ্বাস কৰিব মানুহে! কামৰ চলেৰে বন্ধুৱে মাতি আনি...