জোতা, মোজাতেই নহয় গেঞ্জিৰ ভিতৰতো নিলে জাপে জাপে নকল

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয়টো দিন। দ্বিতীয় দিনটোত বিলাসীপাৰাৰ পৰীক্ষাকেন্দ্ৰত জাপে জাপে ওলাইছে নকল।

বৰকান্দা পিপলচ একাডেমীৰ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশদ্বাৰৰ তালাচীত পৰীক্ষাৰ্থীৰ জেপৰ পৰা ওলাল নকল।

জোতা-মোজা-জেকেটৰ পৰা দ’মে দ’মে ওলাইছে নকল।

আনফালে শিলবাৰী পাব্লিক হাইস্কুলতো তালাচীত ওলাইছে নকল।

Popular

More like this
Related

চামগুৰিত নৱবিবাহিতা পত্নীক নিৰ্যাতন পাষণ্ড স্বামীৰ

চামগুৰিত বোৱাৰী নিৰ্যাতনৰ ঘটনা। নৱ বিবাহিতা পত্নীক নিৰ্যাতন পাষণ্ড...

ভাড়াতীয়া শিক্ষকৰে চলিছে এখন চৰকাৰী বিদ্যালয়

ভাড়াতীয়া শিক্ষকৰে চলিছে এখন চৰকাৰী বিদ্যালয়। মধ্যাহ্ন ভোজনৰ চাউল...

পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি গুৱাহাটীৰ যুৱতী

পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি গুৱাহাটীৰ যুৱতী। প্ৰেমিকে পৰিকল্পিতভাৱে হত্যা...

কামৰ চলেৰে বন্ধুৱে মাতি আনি হত্যা কৰিলে বন্ধুক

কাক বিশ্বাস কৰিব মানুহে! কামৰ চলেৰে বন্ধুৱে মাতি আনি...