প্ৰয়াগৰাজৰ মহাকুম্ভলৈ গুৱাহাটীৰ পৰা যোৱা ভক্তৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

প্ৰয়াগৰাজৰ মহাকুম্ভলৈ গুৱাহাটীৰ পৰা যোৱা ভক্তৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাত থিতাতে নিহত বাহনখনৰ চালক আননজ্যোতি মহন্ত। ইন’ভা বাহনেৰে বৰাগাঁৱৰ পৰা গৈছিল ৭জনীয়া এটা দল। বাহনখনত থকা আনকেইজন যাত্ৰী আহত দুৰ্ঘটনাত। নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে বাহনখনে। মহাকুম্ভৰ পৰা উভতাৰ পথত পাটনাত এই দুৰ্ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰেংকিঙৰ জোৰত এছিয়ান গেমছৰ ছেমিফাইনেলত ভাৰত

এটা বলো নোহোৱাকৈয়ে এছিয়ান গেমছ ২০২৬ৰ ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ...

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...