অসমৰ মাটিত আহি নাগালেণ্ড প্ৰশাসনৰ ধমক

অসম–নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা। অসমৰ মাটিত আহি নাগালেণ্ড প্ৰশাসনৰ ধমক। ONGCৰ খাদত চকু পৰিছে নগাৰ। উৰিয়ামঘাটত সীমান্তত থকা ONGCৰ খাদ বন্ধ কৰিবলৈ সকীয়নি। নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশ নিজেই আহি ভাবুকি দিলে ONGCৰ কৰ্মচাৰীক। ONGCৰ খৰাঘাট, হালধিবাৰী খাদত উপস্থিত হয় BM জন। তেল উৎপাদন বন্ধ কৰাৰ বাবে সকীয়নি ৰালাং ছাব ডিভিছনৰ BMৰ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...