কাছাৰৰ চন্দ্ৰনাথপুৰত চলন্ত ৰে’লৰ ডবাত লাগিল জুই

ভয়াৱহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল দিল্লী-শিলচৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ। সোমবাৰে নিশা কাছাৰৰ চন্দ্ৰনাথপুৰত চলন্ত ৰেলখনৰ ডবাত লাগিল জুই। শিলচৰৰ পৰা দিল্লীলৈ যোৱাৰ সময়তে সংঘটিত এই অগ্নিকাণ্ড। ৰেলকৰ্মীৰ তত্পৰতাত অৱশেষত নিয়ন্ত্ৰণলৈ আহে জুই। প্ৰায় এক ঘন্টা পলমকৈ চন্দ্ৰনাথপুৰৰ পৰা দিল্লীলৈ ৰাওনা হয় ৰেলখন। ঘটনাক কেন্দ্ৰ কৰি আতংকিত যাত্ৰী, বৰ্তমানলৈ অহা নাই হতাহতিৰ খবৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...