আজি সংসদত দাখিল হ’ব পূৰ্ণাংগ বাজেট

আজি সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। দিনৰ ১১ বজাত দাখিল কৰা হ’ব বাজেট। আগন্তুক বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতিৰ বিকাশৰ গতি মন্থৰ হ’ব বুলি অৰ্থনৈতিক জৰীপত প্ৰকাশ পোৱাৰ পিছতে শাসক-বিৰোধীৰ মাজত প্ৰতিক্ৰিয়া। জনতাৰ দৃষ্টি নিবদ্ধ, কি থাকিব বাজেটত, মূল্য বৃদ্ধি-হ্ৰাস হ’ব কিহৰ।

Popular

More like this
Related

বতৰে বিধি পথালি দিব সৰস্বতী পূজাত!

বতৰে বিধি পথালি দিব সৰস্বতী পূজাত! অসমৰ লগতে উত্তৰ...

বিদ্যাভাৰতীৰ দ্বাৰা আয়োজিত সমুৎকর্ষ মহাশিবিৰত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

সাম্প্রতিক সময়ত এনে শিক্ষাৰ প্ৰয়োজন যি শিক্ষাই শিক্ষার্থীসকলক স্বাভিমানী...

উত্তেজিত লোকে মৰিয়াই মৰিয়াই নিধন কৰিলে নাহৰফুটুকী

ডিব্ৰুগড়ৰ লাহোৱালৰ গণেশবাৰীত ভয়ংকৰ ঘটনা। উত্তেজিত লোকে মৰিয়াই নিধন...

মৰিয়নিৰ সীমান্তত নগা দুৰ্বৃত্তৰ গুলীচালনা

মৰিয়নিৰ সীমান্তত নগা দুৰ্বৃত্তৰ গুলীচালনা৷গাভৰু গড়কোষত নগা দুবৃত্তই সৃষ্টি...