স্বাধীনতাৰ পৰা বৰ্তমানলৈ দেশৰ বিত্ত মন্ত্ৰীসকল কোন জানেনে?

১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দখল কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে। ইতিমধ্যে ২০২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে। লোকসভাৰ মজিয়াত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰিব। কিন্তু স্বাধীনতাৰ সময়ছোৱাৰ পৰা বৰ্তমানলৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীসকলৰ বিষয়ে জানেনে?
১৯৪৭-৪৮ : আৰ কে সন্মুখম
১৯৪৮-৫০ : জন মাথাই
১৯৫০-৫৬ : চি ডি দেশমুখ
১৯৫৬-৫৮, ১৯৬৩-৬৫ : টি টি কৃষ্ণমাচাৰি
১৯৫৬ৰ আগষ্ট, ১৯৫৮ৰ ফেব্ৰুৱাৰী-মাৰ্চ : জৱাহৰলাল নেহৰু
১৯৫৮-৬৩, ১৯৬৭-৬৯ : মোৰাৰজি দেশাই
১৯৬৬-৬৭ : শচীন্দ্ৰ চৌধুৰী
১৯৬৯-৭০ : ইন্দিৰা গান্ধী
১৯৭০-৭৪ : য়শন্তৰাও বি চাৱন
১৯৭৪-৭৭ : চিদাম্বৰম সুব্ৰমিয়ন
১৯৭৭-৭৯ : হৰিভাই এম পেটেল
১৯৭৯ৰ জুন-জুলাই : চৰণ সিং
১৯৭৯ৰ জুলাই-অক্টোবৰ : হেমৱতি নন্দন বহুগুণা
১৯৮০-৮২ : আৰ ভেংকটৰমন
১৯৮২-৮৪, ২০০৯-১২ : প্ৰণৱ মুখাৰ্জী
১৯৮৪-৮৭ : ভি পি সিং
১৯৮৭ৰ জানুৱাৰী-জুলাই : ৰাজীৱ গান্ধী
১৯৮৭-৮৮ : এন ডি তিৱাৰী
১৯৮৮-৮৯ : শংকৰৰাও বি চাৱন
১৯৮৯-৯০ : মধু দণ্ডাৱটে
১৯৯০-৯১, ১৯৯৮-২০০২ : য়শৱন্ত সিনহা
১৯৯১-৯৬, ২০০৮-০৯, ২০১২ৰ জুন-জুলাই : মনমোহন সিং
২০০২-০৪ : যশৱন্ত সিং
১৯৯৬-৯৭, ১৯৯৭-৯৮, ২০০৪-০৮, ২০১২-১৪: পি চিদাম্বৰম
১৯৯৭ৰ এপ্ৰিল-মে’ : আই কে গুজৰাল
২০১৪-১৯ : অৰুণ জেটলি
২০১৯ৰ জানুৱাৰী-ফেব্ৰুৱাৰী : পীযূষ গোৱেল
২০১৯ৰ পৰা বৰ্তমানলৈ : নিৰ্মলা সীতাৰমন


আৰ কে সন্মুখমৰ পৰা নিৰ্মলা সীতাৰমনৰ কাৰ্যকাললৈ, ইতিমধ্যে ভাৰতে অলেখ ভাল দিন আৰু দুৰ্দিনৰ সাক্ষী হৈ আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...