সাংবাদিক মৃণাল কুদ্দুছক আক্ৰমণ কৰা মূল অভিযুক্তৰ আত্মসমর্পণ

সাংবাদিক মৃণাল কুদ্দুছক আক্ৰমণ কৰা মূল অভিযুক্তৰ আত্মসমর্পণ। নিশা হাতীগাঁও থানাত আত্মসমৰ্পণ আক্ৰমণকাৰী বিকি আহমেদৰ। বিকি আহমেদ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ভতিজাক। বিকিয়ে ইটাৰে আক্ৰমণ কৰিছিল সাংবাদিক মৃণাল কুদ্দুছক। ঘটনাৰ পাছৰে পৰা পলাতক হৈ আছিল বিকি আহমেদ। বুধাবৰে সংঘটিত হৈছিল আক্ৰমণৰ ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...