মৰাণৰ ৰাণী পথত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

মৰাণৰ ৰাণী পথত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। মধুকৰ মাৰ’দিয়া নামৰ এজন লোকৰ ঘৰত ডকাইতি। ছজনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰিছিল মধুকৰৰ ঘৰত। মধুকৰৰ বৃদ্ধ পিতৃ–মাতৃ ঘৰত আছিল ঘটনাৰ সময়ত। বৃদ্ধ দম্পতীয়ে অচিনাক্ত লোক দেখি চিঞৰ–বাখৰ কৰে। সেই সময়তে ঘটনাস্থলীত উপস্থিত হয় মধুকৰ মাৰ’দিয়া। এটা ডকাইতক কৰায়ত্ত কৰে মধুকৰে।

আনফালে পলায়ন কৰে বাকী ৫টা ডকাইতে। CCTVত বন্দী হ’ল সমগ্ৰ ঘটনা। ধৃত ডকাইতটো বৰ্তমান আৰক্ষীৰ জিম্মাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...