ইলন মাস্কৰ শিক্ষাগত অৰ্হতা কি জানেনে? (Elon Musk’s educational qualifications)

টেছলা মটৰ্ছৰ CEO ইলন মাস্কে কানাডাৰ কুইনছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল যদিও পিছলৈ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত পঢ়িবলৈ আমেৰিকালৈ গুচি আহি ব্যৱসায় আৰু পদাৰ্থ বিজ্ঞানত ডিগ্ৰী লাভ কৰে (BS in Economics আৰু BA in Physics)। তেওঁৰ ইচ্ছা আছিল উদ্যোগী আৰু প্ৰযুক্তিৰ জগতখনৰ সৈতে আপডেট হোৱা। গভীৰ জ্ঞানৰ সন্ধানত তেওঁ কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়লৈ লৈ Energy physicsত PhD ডিগ্ৰী লাভ কৰিবলৈ অধ্যয়নত ব্ৰতী হয়। কিন্তু ষ্টেনফৰ্ডত মাত্ৰ দুদিন থকাৰ পিছত তেওঁ উদ্যোগীকৰণৰ কাম আগুৱাই নিয়াৰ সিদ্ধান্ত লয় আৰু বিশ্ববিদ্যালয়ৰ যাত্ৰা সিমানতে এৰিলে। মাস্কৰ PhDৰ সপোন আৰু বাস্তৱায়িত নহ’ল, অৱশ্যে, পূৰ্বে লাভ কৰা শৈক্ষিক পটভূমিয়ে প্ৰযুক্তি আৰু ব্যৱসায়ৰ সৈতে জড়িত বিষয়সমূহত তেওঁৰ বৈপ্লৱিক ধাৰণাসমূহক বহুলাংশে গঢ় দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...