ধিঙত অধ্যাপকৰ ঘৰত বনকৰা যুৱতীৰ ৰহস্যজনক মৃত্যু

ধিঙত অধ্যাপকৰ ঘৰত বনকৰা যুৱতীৰ ৰহস্যজনক মৃত্যু। ধিং মহাবিদ্যালয়ৰ অধ্যাপকৰ ঘৰত অঘটন। ধিং মহাবিদ্যালয়ৰ অধ্যাপক লক্ষীনন্দন বৰদলৈৰ বেতকাটি গাঁওস্তিত বাসগৃহত এই ঘটনা। বাথৰুমত চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। ১৯বছৰীয়া ঘাট-মাউৰা যুৱতীগৰাকীৰ মৃত্যুত সৃষ্টি হৈছে ৰহস্যৰ। ঘটনাস্থলীত উপস্থিত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা। মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ যুৱতীগৰাকীৰ মৃতদেহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...