অগ্নিকাণ্ডত ভস্মীভূত ৩৫ টাকৈ ঘৰ

অগ্নিকাণ্ডত ভস্মীভূত ৩৫ টাকৈ ঘৰ। বোকাজানৰ লাহৰীজানত বিধ্বংসী অগ্নিকাণ্ড। লাহৰীজানৰ দুদুকলনীৰ নিৰ্মল কুমাৰ বাগান বস্তিত এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত বিস্ফোৰণ হয় ১৫টাকৈ চিলিণ্ডাৰ। জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...