শ্বুটিং আছে, সাহিত্য সভাৰ পাঠশালা অধিৱেশনলৈ নাযায় জুবিন গাৰ্গ

পাঠশালা সাহিত্য সভাৰ অনুষ্ঠানত উপস্থিত নাথাকিব কণ্ঠশিল্পী জুবিন গাৰ্গ।

আদৰণি সমিতিয়ে সংবাদমেল যোগে জানিবলৈ দিয়ে এই কথা। ইতিমধ্যে জুবিন গাৰ্গে অধিৱেশনৰ বাবে সময় দিছিল যদিও জুবিন গাৰ্গে উপস্থিত নাথাকে বুলি জানিবলৈ দিছে।

এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে দূৰত থাকিব লাগিব বাবেই এই অনুষ্ঠান কৰাৰ পৰা বিৰত থাকে জুবিন গাৰ্গ।

অৱশ্যে পাঠশালা অধিৱেশনৰ বাবে শুভকামনা জ্ঞাপন কৰে জুবিন গাৰ্গে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...