ৰাহুল গান্ধীক কংগ্ৰেছ নেতাৰ বিৰুদ্ধে অখিল গগৈৰ অভিযোগ!

মিত্ৰতাক লৈ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে ৰাহুল গান্ধীক পত্ৰ অখিল গগৈৰ। মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছৰ একাংশ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অখিল গগৈৰ। গোপন পত্ৰযোগে ৰাহুল গান্ধীক কংগ্ৰেছ নেতাৰ বিৰুদ্ধে অখিল গগৈয়ে দিলে অভিযোগ। কংগ্ৰেছৰে পুনৰ মিত্ৰতা বিচাৰি ৰাহুল গান্ধীক হস্তক্ষেপৰ আহ্বান অখিল গগৈৰ। অখিল গগৈৰ অভিযোগ– নিৰ্বাচনত অকল কংগ্ৰেছক বিজয়ী কৰাবলৈ মিত্ৰতা কৰা নাই অন্য দলে।

অন্য দলৰ কথা চিন্তা কৰিবলৈও ৰাহুল গান্ধীক আহ্বান অখিল গগৈৰ। শীঘ্ৰে অসম সন্মিলিত মৰ্চাৰ বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান অখিল গগৈৰ। অখিল গগৈৰ পত্ৰক লৈ প্ৰদেশ কংগ্ৰেছত সৃষ্টি হৈছে ধুমুহাৰ। গোপন পত্ৰক লৈ সংবাদ মাধ্যমৰ আগত মুখ খোলা নাই অখিল গগৈয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সঁহাৰি: ৫০ হাজাৰ কোটি টকাৰ চুক্তিত ভাৰতে ক্ৰয় কৰিব অতিৰিক্ত ৫টা এছ-৪০০ ‘সুদৰ্শন’ স্কোৱাড্ৰন

ভাৰতীয় বায়ুসেনাৰ আকাশমাৰ্গৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে...