প্ৰয়াত শিল্পী ৰাজীৱ শদিয়ালৈ ‘বীৰ পাংৰাও’ বঁটা

প্ৰয়াত শিল্পী ৰাজীৱ শদিয়ালৈ মৰণোত্তৰভাৱে ‘বীৰ পাংৰাও’ বঁটা। টাইপাই অহা ৩০ জানুৱাৰীত প্ৰদান কৰিব এই সন্মান। মে-ডাম-মে-ফিৰ অনুষ্ঠানত ৰাজীৱ শদিয়াৰ পৰিয়ালক প্ৰদান কৰিব সন্মান। আমগুৰিৰ লালিম চাপৰিত অনুষ্ঠিত হ’ব টাইপাৰ মে-ডাম-মে-ফিৰ অনুষ্ঠান।

শিৱসাগৰত আনুষ্ঠানিকভাৱে ঘোষণা টাই আহোম যুৱ পৰিষদৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ঐতিহাসিক পদক্ষেপ: গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি...

ভাৰতৰ দৰে বাংলাদেশতো শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী: গঠন হ’ল ‘ব্ৰইলাৰ চিকেন পাৰ্টী’

বৰ্তমান ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ মাজত...

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...