টাইৱানত ভূমিকম্পৰ জোকাৰণি

টাইৱানত ভূমিকম্পৰ জোকাৰণি। ৬.৪প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰি গ’ল টাইৱান। মাজনিশা ১২.১৭ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত। ভূমিকম্পৰ ফলত আহত ২৭জনকৈ লোক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১৫ বছৰৰ অনুৰ্ধ্ব ছোৱালীৰবাবে নৰ্থ ইষ্ট ৰাইজিং কাপ ঘোষণা অসম ক্ৰিকেট সন্থাৰ

দেশৰ উত্তৰ-পূব অঞ্চলত তৃণমূল পৰ্যায়ৰ মহিলা ক্ৰিকেটৰ প্ৰসাৰ আৰু...

ভাৰত-পাকিস্তান সংঘাতত হস্তক্ষেপ নকৰে আমেৰিকাই

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে বৃহস্পতিবাৰে স্পষ্ট কৰিছে যে,...

যোগ অলিম্পিয়াড, ৩২গৰাকী প্ৰতিযোগীৰ মাজত মহাৰণ

ডায়েট ধেমাজিত বৃহস্পতিবাৰে জিলা পৰ্যায়ৰ যোগ অলিম্পিয়াড অনুষ্ঠিত হয়।...

‘অপাৰেচন সিন্দূৰ’ৰ আঁৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এজন বিশ্বস্ত বিষয়া…

অপাৰেচন সিন্দূৰৰ সফলতাৰ আঁৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আটাইতকৈ...