যিকোনো সময়তে ভাঙি পেলোৱা হ’ব গুৱাহাটীৰ এখন উৰণ সেতু

ইখনৰ পিছত সিখন উৰণ সেতু নিৰ্মাণৰ সময়তে ডাঙৰ খবৰ। যিকোনো সময়তে ভাঙি পেলোৱা হ’ব ছয়মাইলৰ উৰণ সেতু। ভাঙি নেপেলালে নিজেই ভাঙি পৰিব পাৰে উৰণ সেতুখন। যান-বাহনৰ ভৰ সহিব নোৱাৰা হৈছে উৰণ সেতুখনে। উৰণ সেতুখনৰ খুঁটাত মেলিছে বৃহৎ ফাঁট। দুৰ্বল হৈ পৰিছে উৰণ সেঁতুখনৰ চাৰি নম্বৰ খুঁটাটো। যান-বাহনৰ ভৰ সহিব নোৱাৰা হৈছে উৰণ সেতুখনৰ কেন্ট্রী বীমেও। ভাঙি পেলোৱাৰ বাহিৰে গত্যন্তৰ নাই লোকনিৰ্মাণ বিভাগৰ হাতত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লী আৰক্ষীৰ হাতত আটক মমতা বেনাৰ্জী, প্ৰিজন ভেনত বহি গালে ‘জাগো দুৰ্গা’

দিল্লীত আটক কৰা হ’ল পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা...

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস: কিদৰে যত্ন ল’ব মানসিক স্বাস্থ্যৰ?

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। বিশ্বজুৰি মানসিক স্বাস্থ্য সম্পৰ্কে...

বিশ্ব মঞ্চত অসমৰ আৰক্ষী জোৱানৰ চমক! লন বাউলছত ভাৰতৰ প্ৰথমটো পদক নিশ্চিত কৰিলে পুতুল সোণোৱালে

বিশ্ব বাউলছ চেম্পিয়ন অৱ চেম্পিয়নছ প্ৰতিযোগিতাত ইতিহাস সৃষ্টি কৰিছে...