যিকোনো সময়তে ভাঙি পেলোৱা হ’ব গুৱাহাটীৰ এখন উৰণ সেতু

ইখনৰ পিছত সিখন উৰণ সেতু নিৰ্মাণৰ সময়তে ডাঙৰ খবৰ। যিকোনো সময়তে ভাঙি পেলোৱা হ’ব ছয়মাইলৰ উৰণ সেতু। ভাঙি নেপেলালে নিজেই ভাঙি পৰিব পাৰে উৰণ সেতুখন। যান-বাহনৰ ভৰ সহিব নোৱাৰা হৈছে উৰণ সেতুখনে। উৰণ সেতুখনৰ খুঁটাত মেলিছে বৃহৎ ফাঁট। দুৰ্বল হৈ পৰিছে উৰণ সেঁতুখনৰ চাৰি নম্বৰ খুঁটাটো। যান-বাহনৰ ভৰ সহিব নোৱাৰা হৈছে উৰণ সেতুখনৰ কেন্ট্রী বীমেও। ভাঙি পেলোৱাৰ বাহিৰে গত্যন্তৰ নাই লোকনিৰ্মাণ বিভাগৰ হাতত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...