মোবাইল আসক্তিৰ ভয়াৱহ পৰিণতি, বিচৰা মোবাইলটো নোপোৱাৰ বাবেই ঘৰৰ পৰা ওলাই গ’ল কিশোৰ

কিমান ভয়াৱহ হ’ব পাৰে মোবাইল আসক্তি! এই ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰি থৈ গ’ল সেই কথাই। বিচৰা মোবাইলটো নোপোৱাৰ বাবেই ঘৰৰ পৰা ওলাই গ’ল কিশোৰ। ধিঙৰ সুতাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। অষ্টম শ্রেণীত অধ্যয়নৰত কিশোৰজনে পিতৃ-মাতৃক বিচাৰিচিল এটা মোবাইল। মোবাইলটো নিদিয়াৰ বাবেই ঘৰ এৰি গুছি গ’ল আছাদ হুছেইন। এই ঘটনাৰ পাছতে হাহাকাৰ লাগিছে পৰিয়ালৰ লোকৰ মাজত। চাৰি দিনে সন্ধানহীন আছাদ নামৰ কিশোৰজন। ইতিমধ্যে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

GMCHত উপলব্ধ হ’ব কেন্সাৰৰ উন্নত থেৰাপীৰ সঁজুলি,সঁজুলি ক্ৰয়ৰ বাবে কেবিনেটৰ অনুমোদন

অসমত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ...

নেপালত কিয় পুতি পেলোৱা হৈছে চিনাক্ত নোহোৱা মৃতদেহ? কেনেকৈ হ’ব মৃতদেহৰ চিনাক্তকৰণ?

নেপালত ভয়াৱহ বানত মৃত্যু হোৱা চিনাক্ত নোহোৱা মৃতদেহসমূহ পুতি...

বয়স-ফিটনেছৰ বাবে সলনি হ’ব নেকি ভাৰতৰ বিশ্বকাপ দল?

২০২৭ৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট...

১৫ বছৰীয়া বৈভৱৰ কান্ধত ইষ্ট জ’নৰ নেতৃত্বৰ দায়িত্ব

বেংগালুৰুৰ Centre of Excellence (CoE)ত দেওবাৰে অনুষ্ঠিত দুলীপ ট্ৰফীৰ...