‘আপ’ৰ নেতা অৰবিন্দ কেজৰিৱালৰ গাড়ীত আক্ৰমণ

‘আপ’ৰ নেতা অৰবিন্দ কেজৰিৱালৰ গাড়ীত আক্ৰমণ। সমদলত ভাগ লোৱাৰ সময়তে কেজৰিৱালৰ গাড়ীলৈ নিক্ষেপ শিল। নতুন দিল্লী সমষ্টিত প্ৰচাৰ চলোৱাৰ সময়ত এই ঘটনা। দলীয় সহকৰ্মীৰ স’তে গাড়ীৰে প্ৰচাৰত ভাগ লৈছিল কেজৰিৱালে। শিল নিক্ষেপৰ ঘটনাত বিজেপি কৰ্মী জড়িত থকাৰ অভিযোগ ‘আপ’ৰ। বিজেপি প্ৰাৰ্থী পাৰভেজ বাৰ্মাৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ অভিযোগ ‘আপ’ৰ। ‘আপ’ৰ নেতাই আক্ৰমণৰ ভিডিঅ’ প্ৰকাশ কৰাৰ পিছতে প্ৰতিক্ৰিয়া বিজেপিৰ। কেজৰিৱালৰ প্ৰতিদ্বন্দ্বী বিজেপিৰ পাৰভেজ বাৰ্মাৰ প্ৰতি-অভিযোগ ‘আপ’লৈ। কেজৰিৱালৰ গাড়ীয়ে দুজন লোকক খুন্দিওৱাৰ অভিযোগ বিজেপি নেতাজনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...