ইমৰাণ খানক ১৪ বছৰৰ কাৰাদণ্ড, ২০ হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১৪ বছৰৰ কাৰাদণ্ড। ভূমি দুৰ্নীতিত দোষী সাব্যস্ত ইমৰাণ খান। আল-কাদিৰ বিশ্ববিদ্যালয় স্থাপনৰ নামত ১৯০ পাউণ্ডৰ দুৰ্নীতিৰ গোচৰ ইমৰাণ খানৰ বিৰুদ্ধে। ভাৰতীয় মুদ্ৰা হিচাপত প্ৰায় ২০ হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত ইমৰাণ খানক দোষী সাব্যস্ত কৰে পাক সৰ্বোচ্চ ন্যায়ালয়ে।

একেটা গোচৰত দোষী সাব্যস্ত ইমৰাণ খানৰ পত্নীও। ইমৰাণ খানৰ পত্নী বুচৰা বিবিক ৬ বছৰৰ কাৰাদণ্ড আদালতৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...