১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট, অষ্টমবাৰৰ বাবে বাজেট দাখিল কৰিব সীতাৰমণে

৩১ জানুৱাৰীৰ পৰা ৪ এপ্ৰিললৈ সংসদৰ বাজেট অধিৱেশন। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট। ১ ফেব্ৰুৱাৰীত দাখিল কৰিব মোদীৰ ৩য়টো কাৰ্যকালৰ কেন্দ্ৰীয় বাজেট। ৩১ জানুৱাৰীত যৌথ সদনক সম্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। অভিলেখ সৃষ্টি কৰি অষ্টমবাৰৰ বাবে বাজেট দাখিল কৰিব সীতাৰমণে।

বাজেট দাখিলৰ ক্ষেত্ৰত মোৰাৰজী দেশাইৰ অভিলেখ ভংগ কৰিব নিৰ্মলা সীতাৰমণে। আগন্তুক বাজেট অধিৱেশনক লৈ দেশজুৰি ব্য়াপক চৰ্চা আৰম্ভ হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...