ইমৰাণ খানক ১৪ বছৰৰ কাৰাদণ্ড, ২০ হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১৪ বছৰৰ কাৰাদণ্ড। ভূমি দুৰ্নীতিত দোষী সাব্যস্ত ইমৰাণ খান। আল-কাদিৰ বিশ্ববিদ্যালয় স্থাপনৰ নামত ১৯০ পাউণ্ডৰ দুৰ্নীতিৰ গোচৰ ইমৰাণ খানৰ বিৰুদ্ধে। ভাৰতীয় মুদ্ৰা হিচাপত প্ৰায় ২০ হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত ইমৰাণ খানক দোষী সাব্যস্ত কৰে পাক সৰ্বোচ্চ ন্যায়ালয়ে।

একেটা গোচৰত দোষী সাব্যস্ত ইমৰাণ খানৰ পত্নীও। ইমৰাণ খানৰ পত্নী বুচৰা বিবিক ৬ বছৰৰ কাৰাদণ্ড আদালতৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...