অভিনেতা ছেইফ আলী খানক ডকাইতৰ আক্ৰমণ। মুম্বাইৰ লীলাৱতী হাস্পাতলত ভৰ্তি অভিনেতাজন।

বৰ্তমান ছেইফ আলী খানৰ চলি আছে অস্ত্ৰোপচাৰ। ডকাইতে ভয়ংকৰ আক্ৰমণ কৰে বলিউদৰ অভিনেতাজনক। ছুৰীৰে একাধিকবাৰ আক্ৰমণ কৰে ছেইফ আলী খানক। বলীউদ অভিনেতা ছেইফ আলী খানক ছুৰিৰে আক্ৰমণ। ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত অভিনেতাজন। আহত ছেইফ আলী খানক লীলাৱতী হাস্পতালত ভৰ্তি। বুধবাৰে নিশা ২ বজাত মুম্বাইস্থিত বান্দ্ৰাৰ বাসগৃহত প্ৰৱেশ কৰি আক্ৰমণ ডকাইতৰ দলটোৰ। ঘটনাৰ তদন্ত অব্যাহত মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ। জানিব পৰা মতে ডকাইতৰ সৈতে হোৱা হতাহতিত আহত হয় অভিনেতা ছেইফ আলী খান। শৰীৰৰ ছটাকৈ স্থানত আঘাতপ্ৰাপ্ত অভিনেতাজন। মুম্বাই আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ দল উপস্থিত হৈছে ছেইফ আলী খানৰ বাসগৃহত। CCTVৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...