ফেব্ৰুৱাৰীত ফ্ৰান্সলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আগন্তুক ফেব্ৰুৱাৰী মাহত ফ্রান্স ভ্ৰমণলৈ যাব ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। তেওঁ তাত অনুষ্ঠিত হ’বলগীয়া কৃত্রিম বুদ্ধিমত্তা (AI) শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱে মেক্রনে এই কথা প্রকাশ কৰিছে। মেক্ৰনে সদৰী কৰা মতে ফ্রান্সত অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত AI শীর্ষ সম্মিলন অনুষ্ঠিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী ভি ডি সথীছন

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী ভি ডি সথীছন।AICCএ ঘোষণা কৰিলে নতুন...

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে কামাখ্যা ধামত মুখ্যমন্ত্ৰী

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত ল’লে হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী হিচাপে...

অসমীয়া খিলঞ্জীয়া ভূমি পুত্ৰৰ কথা চিন্তা কৰিব পৰা নাই গৌৰৱ গগৈয়ে : বিধায়ক ভূপেন বৰা

কেবিনেটত UCC বিধেয়কক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তপ্ৰথমখন অধিৱেশনতে উত্থাপন কৰা...

কাছাৰৰ জিৰিঘাট আৰক্ষীৰ এনকাউণ্টাৰ

আৰক্ষীৰ গুলীত নিহত কুখ্যাত ড্ৰাগছ মাফিয়া।অসম-মণিপুৰ সীমান্তত ড্ৰাগছ মাফিয়াৰ...