অভিনেতা ছেইফ আলী খানক ডকাইতৰ আক্ৰমণ। মুম্বাইৰ লীলাৱতী হাস্পাতলত ভৰ্তি অভিনেতাজন।

বৰ্তমান ছেইফ আলী খানৰ চলি আছে অস্ত্ৰোপচাৰ। ডকাইতে ভয়ংকৰ আক্ৰমণ কৰে বলিউদৰ অভিনেতাজনক। ছুৰীৰে একাধিকবাৰ আক্ৰমণ কৰে ছেইফ আলী খানক। বলীউদ অভিনেতা ছেইফ আলী খানক ছুৰিৰে আক্ৰমণ। ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত অভিনেতাজন। আহত ছেইফ আলী খানক লীলাৱতী হাস্পতালত ভৰ্তি। বুধবাৰে নিশা ২ বজাত মুম্বাইস্থিত বান্দ্ৰাৰ বাসগৃহত প্ৰৱেশ কৰি আক্ৰমণ ডকাইতৰ দলটোৰ। ঘটনাৰ তদন্ত অব্যাহত মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ। জানিব পৰা মতে ডকাইতৰ সৈতে হোৱা হতাহতিত আহত হয় অভিনেতা ছেইফ আলী খান। শৰীৰৰ ছটাকৈ স্থানত আঘাতপ্ৰাপ্ত অভিনেতাজন। মুম্বাই আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ দল উপস্থিত হৈছে ছেইফ আলী খানৰ বাসগৃহত। CCTVৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...