শাক-পাচলিৰ উচিত মূল্য নোপোৱাত খুৱাইছে গৰুক

শাক-পাচলিৰ উচিত মূল্য নোপোৱাত খুৱাইছে গৰুক। ৰাজ্যৰ বজাৰ আৰু চহৰ-নগৰত শাক-পাচলিৰ খুচুৰা মূল্য আকাশলংঘী। কিন্তু গ্ৰাম্যাঞ্চলৰ বজাৰত শাক-পাচলিৰ পাইকাৰী মূল্য তেনেই পুতৌ লগা। ধিঙৰ পাইকাৰী বজাৰ সমূহত পানীৰ দৰত বিক্ৰী হৈছে কৃষকৰ উৎপাদিত শাক-পাচলি। উপায়ন্তৰ হৈ দূৰ্ভগীয়া কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই কৰা শাক-পাচলি খুৱাইছে গৰুক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...